দোষ দে (Assamese) [ Roman: do`x de]
    Contributed by: Priyankoo (প্ৰিয়ংকু) on 2006-11-13
    1. (Verb-Trans.) To charge a person with wrongdoing with proof/evidence কোনো ভুল ক্ৰুতিৰ বাব জগৰীয়া কৰ্ ৷
    Contributed by: Bikram M Baruah on 2010-11-11
    2. (Verb-Trans.) to hold responsible by implication প্ৰকাশ্যে ব্যক্ত নকৰাকৈ ভাৱেৰে কোনো এজনলৈ দোষ ঠেল্